October 5, 2025 11:18 AM
2
ইছৰ’ৰ মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰক সাক্ষাৎ
ভাৰতীয় বায়ু সেনাৰ টেষ্ট পায়লট, ইছৰ'ৰ মহাকাশচাৰী আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয়, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই কালি নতুন দিল্লীত বিদ্যালয় শিক্ষা আৰ...