May 30, 2025 8:17 PM

views 24

গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শর্মাই লগতে কয়, যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাইলৈৰ বাবে বিশেষ ছুটী দিয়া হৈছে। সম্ভাব্য বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সকলো জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰে বুলিও সংবাদমেলত প্ৰকাশ কৰে। ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ, ডিমাহাচাও, হা...