May 5, 2025 8:30 PM

views 21

ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ৱকফ সংশোধনী আইন ২০২৫ ৰ সাংবিধানিক বৈধতাৰ সৈতে জড়িত বিষয়টো চলিত মাহৰ ১৫ তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ দ্বাৰা গঠিত বিচাৰপীঠে এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দিয়া শপতনামা সুক্ষ্মভাৱে অধ্যয়ন কৰা নাই। তেওঁ কয়, যে এই বিষয়টো পৰৱৰ্তী মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃ...

April 17, 2025 10:00 AM

views 25

ৱকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কালি ৱকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত কোনো অন্তৱৰ্তীকালীন আদেশ দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে অধিক সময় বিচাৰে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰি আছে। তিনিজনীয়া বিচাৰপীঠখনে আজি দিনৰ ২ ...