August 20, 2024 12:07 PM

views 15

উচ্চতম ন্যায়ালয়ত আজি পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগ চৰকাৰৰ অধীনস্থ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকীৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে ন্যায়াধীশদ্বয় জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে ইতিমধ্যে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে আৰু তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছে। আৰক্ষীৰ তদন্তত অসন্তুষ্ট হৈ চিকিৎসকগৰাকীৰ পিতৃ-মাতৃ আৰু অন্যান্য কিছু ...