March 23, 2025 10:59 AM March 23, 2025 10:59 AM
12
ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ’ সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড
উচ্চতম ন্যায়ালয়ে যোৱানিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ' সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বার্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ খণ্ডন কৰি জুই লগা তথা নগদ ধন উদ্ধাৰ হোৱা কথাটো মূল ভৱনৰ অংশ নাছিল আৰু বাহিৰৰ কোঠা আছিল বুলি উল্লেখ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে কোঠাটোত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য বাস নকৰা বুলি দাবী কৰ...