November 26, 2024 12:24 PM November 26, 2024 12:24 PM

views 40

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ ঔচিত্য বাহাল ৰাখিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি দিয়া এটা গুৰুত্বপূৰ্ণ ৰায়ত ৪২ সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত এই ৰায় দিয়ে। ৰায়টোত খণ্ড বিচাৰপীঠে কয়, যে সংবিধানৰ যিকোনো সংশোধনী সংবিধানৰ মৌলিক গাঁথনিৰ...