July 25, 2025 12:31 PM July 25, 2025 12:31 PM
2
গোৱালপাৰাত উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সন্মত
গোৱালপাৰা জিলাত চলা উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মত হৈছে। মুখ্য ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ দ্বাৰা গঠিত বিচাৰপীঠে কালি অসমৰ মুখ্য সচিব আৰু অন্যান্য জড়িতসকললৈ দুসপ্তাহৰ ভিতৰতে উত্তৰ দিবলৈ জাননী জাৰি কৰিছে। গোৱালপাৰাৰ ৮ জন আবেদনকাৰীয়ে জিলাখনত কৰা উচ্ছেদ ব্যক্তিগত শুনানি আৰু আবেদন অথবা ন্যায়িক পর্যালোচনাৰ বাবে পর্যাপ্ত সময় নিদিয়াকৈ কৰা হৈছে বুলি উচ্চতম ন্যা...