May 28, 2025 9:00 PM
অসমৰ সংঘৰ্ষৰ গোচৰসমূহ স্বতন্ত্রভাৱে তদন্ত কৰিবলৈ অসম মানৱাধিকাৰ আয়োগক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ে আজি ভুৱা বুলি অভিযোগ উঠা অসমৰ সংঘৰ্ষৰ গোচৰসমূহ স্বতন্ত্রভাৱে তদন্ত কৰিবলৈ অসম মানৱাধিকাৰ আয়োগক নিৰ্দেশ দিছে। আফি য়াচিন জোৱাদ্দাৰ নামৰ এজন অধিবক্তাই ২০২৩ চনত দাখিল ...