October 22, 2025 8:08 PM
32
মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক এটা ৰায় সম্পৰ্কত চাৰি মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ
ন্যায়িক সেৱাত দৃষ্টি বাধাগ্ৰস্ত লোকক কর্ম সংস্থাপনৰ সুযোগ লাভৰ পৰা বঞ্চিত কৰিব পৰা নাযায় বুলি চলিত বৰ্ষৰ আগভাগত দিয়া ৰায় ৰূপায়ণ কৰাৰ বাবে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক উচ্চতম ন্যায়ালয়ে চাৰি মাহৰ সময় দিছে। ন্যায়াধীশ জে বি পার্ডিবালা আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়ে সর্বোচ্চ ন্যায়ালয়ৰ ৰায় ৰূপায়ণ কৰাৰ নিয়ম যুগুতাই উলিওৱাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰা উচিত বুলি আগবঢ়োৱা যুক্তি মানি লয় আৰু ইয়াৰ বাবে চাৰি মাহৰ সময় দিয়ে। উচ্চতম ন্যায়...