June 11, 2024 9:11 PM

views 19

বিভিন্ন অপৰাধমূলক ঘটনাৰ ভুক্তভোগীক ক্ষতিপূৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন অপৰাধমূলক ঘটনাৰ বলি হোৱা ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই নির্দেশ প্রদান কৰে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভুক্তভোগীক ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া মুখ্য সচিবে শপতনামা যোগে আদালতক অৱগত কৰিব লাগিব। উল্লেখযোগ্য যে বিভিন্ন গোচৰত আদালতে প্রদান কৰা নিৰ্দেশৰ পাছতো ভু...