November 8, 2025 8:52 PM

views 20

আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধীকৰণ চমুকৈ নালচাই প্রস্তুত কৰা সমূহীয়া ধ্যান প্রশিক্ষণ পাঠ্যক্রমো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী কয়, যে সামাজিক আৰু বিত্তিয় পৃষ্ঠভূমি নির্বিশেষে প্রত্যেকে ন্যায় লাভ কৰিলেহে সামাজিক ন্যায় সুনিশ্চিত কৰিব পৰা যাব। তেওঁ লগতে স্থানীয় ভাষাত আইনী নথি উপলব্ধ কৰোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ন্যায় ব্যৱস...