December 31, 2025 1:30 PM December 31, 2025 1:30 PM

views 3

কাশী-তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয়, বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্কঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয় বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্ক, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক একত্ৰিত কৰি ৰাখিছে। তেওঁ কয়, যে এনে ধৰণৰ আদান-প্রদানে ভাৰতৰ ঐতিহ্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ভাৱনাক সুদৃঢ় কৰে। মহাকবি সুব্ৰমন্য ভাৰতীৰ উদ্ধৃতি দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কাশী তামিল সংগমমে একত্রিত, সংহত আৰু আত্মবিশ্বাসী ভাৰত সম্পর্কে মহাকবিগৰাকীৰ দৃষ্টিকোণক প্ৰতিফলিত কৰিছে। তেওঁ কয়, যে বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ...