March 26, 2025 7:34 PM

views 27

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ছৌগাত-এ-মোদী শীৰ্ষক অভিযান আৰম্ভ

ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই ছৌগাত-এ-মোদী শীৰ্ষক এটা অভিযান আৰম্ভ কৰিছে। ঈদৰ পূৰ্বে সমগ্ৰ দেশৰে অনগ্ৰসৰ ৩২ লাখ মুছলমান পৰিয়ালক বিশেষ উপহাৰৰ টোপোলা বিতৰণ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। অৱহেলিত মুছলমান পৰিয়ালসমূহে যাতে কোনো অসুবিধা নোহোৱাকৈ উৎসৱ উদযাপন কৰিব পাৰে তাক সুনিশ্চিত কৰাই এই অভিযানৰ মূল উদ্দেশ্য। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জামাল ছিদ্দিকে কয় যে পৱিত্ৰ ৰমজান মাহৰ লগতে সমাগত ঈদ, গুড ফ্রাইডে, ইষ্টাৰ, বৈশাখী, নৱৰোজ আৰু নতুন বছৰৰ সময়ছোৱাত সংখ্যা...