October 30, 2024 12:04 PM

views 15

ভাৰত-ছৌদি আৰবৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ছৌদি আৰবত উপস্থিত বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ছোদি আৰবৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষৰে ছৌদি আৰবত উপস্থিত হৈছেগৈ। দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰীগৰাকী কালি ৰিয়াধত উপস্থিত হয় । আমাৰ পশ্চিম এছিয়াৰ সংবাদদাতাই জনোৱা মতে মন্ত্ৰী পিয়ুষ গোৱেলে ৰিয়াধত অনুষ্ঠিত ভৱিষ্যত বিনিয়োগ পদক্ষেপ শীৰ্ষক এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। ভৱিষ্যত বিনিয়োগ পদক্ষেপ হৈছে বিনিয়োগৰ এখন বিশেষ মঞ্চ, য'ত বিশ্বৰ বিভিন্ন নেতা বিনিয়োগকাৰী, আৰু উদ্ভাৱকসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে পীয়ুষ গোৱেলে উদ...