August 5, 2025 8:37 PM

views 11

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ আজি বিয়লি নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৯ বছৰ। প্ৰয়াত মালিকে গোৱা আৰু মেঘালয়ৰো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ ব্যথিত কৰি তুলিছে। তেওঁ লগতে প্ৰয়াত মালিকৰ পৰিয়াল আৰু অনুগামীসকলল...