June 10, 2025 12:40 PM June 10, 2025 12:40 PM

views 15

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে বিস্তৃত ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত প্রতিবেদন কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত সমিতিখনে এই প্রতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰে। প্ৰতিবেদন গ্রহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালিৰ দিনটোত অসমৰ জাতীয় স্বাভিমান সুৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই পদক্ষেপৰ সৈতে জড়িত অসম সত্র আয়োগৰ অধ্যক্ষ, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা, আয়োগৰ সদস্যদ্ব...