April 21, 2025 7:35 PM

views 67

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। গজপুৰীয়া বিহুতলী প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্রশাসন, সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া মহিলা-যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠা...

April 20, 2024 6:51 PM

views 45

ৰাজ্যজুৰি সতি সাধিনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্ষ আৰু সাহসৰ প্রতীক সতি সাধিনীৰ আজি ৫০০ সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্রদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু পৰাক্ৰমৰ প্রতীক বীৰাংগনা সতি সাধিনী নাৰী শক্তিৰ এক উজ্বল নিদর্শন। চুতীয়া সাম্ৰাজ্যৰ ৰাণীগৰাকীৰ বৰ্ণাঢ্য জীৱনগাঁথাই বৃহত্তৰ অসমীয়া জাতিক সদায় অনুপ্রাণিত কৰি থাকিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বীৰ...