December 9, 2024 7:40 PM December 9, 2024 7:40 PM
5
সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধনৰ লগতে কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ
সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এশখন বিছনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়খনত ৯টা বহিঃবিভাগীয় কক্ষ, দুটা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। ড০ শৰ্মাই সৰুপথাৰ ইনড'ৰ ষ্টেডিয়াম আৰু এটা সভাগৃহও উদ্বোধন কৰে। ৪ ...