October 26, 2025 8:45 PM

views 33

৩১ অক্টোবৰত দেশজুৰি হ’বলগীয়া একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান

অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই উপলক্ষে প্ৰতি বছৰে গুজৰাটত থকা একতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰো বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে সেই স্থানত পেৰেডৰ লগতে ভাৰতীয় কুকুৰৰ সামৰ্থ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জন্মদিবস সমগ্র দেশৰ বাবে অতি বিশেষ উৎসৱ হিচাপে পৰিগণিত হৈছে। অহা ৩১ অক্টোবৰত দেশজুৰি হ'বলগীয়া একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান ...