January 25, 2025 12:35 PM January 25, 2025 12:35 PM

views 21

টাই আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে সজাগতা সৃষ্টিত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল

টাই-আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে দেশৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ টেঙাখাতত আয়োজিত তৃতীয় টাই-জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰী সোণোৱালে কয়, যে বর্ণাঢ্য কলা-সংস্কৃতি, খাদ্য, বস্ত্ৰকে ধৰি অন্যান্য সা-সম্ভাৰেৰে উদ্ভাসিত হৈ উঠা এই সাংস্কৃতিক মহোৎসৱে টাই-আহোম জনগোষ্ঠীৰ যুগমীয়া ঐতিহ্য পৰম্পৰাক প্ৰতিফলিত কৰিছে। টাই সকলৰ বর্ণাঢ্য সামাজিক-সাংস্কৃতি...