July 14, 2025 3:00 PM
বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি বিশাখাপট্টনমত দুদিনীয়া BIMSTEC বন্দৰ সন্মিলন উদ্বোধন কৰে। এই বন্দৰ সন্মিলনত বংগোপ সাগৰ উপকূলীয় ৰাষ্ট্ৰসমূহৰ মাজত আ...