September 6, 2025 1:08 PM
দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ
চৰকাৰে বন্দৰ, জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৮০ লাখ কোটি টকা বিনিয়োগেৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সামুদ্রিক খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবছে।...