June 29, 2024 8:55 PM

views 15

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্থেবাৰীৰ ন-সত্ৰত কৃষ্ণগুৰুৰ সেৱাশ্ৰমত সেৱা

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি সৰ্থেবাৰীৰ ন-সত্ৰত কৃষ্ণগুৰুৰ সেৱাশ্ৰমত উপস্থিত হয়। নতুন চৰকাৰৰ মন্ত্ৰী হিচাপে সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে সেৱা জনোৱাৰ লগতে বৰ্তমানৰ গুৰু প্রেমানন্দ প্রভুক সাক্ষাৎ কৰে। তেওঁ লগতে মানৱ সেৱাক অগ্ৰাধিকাৰ দি সমাজৰ পৰা অশুভ শক্তি নাশ কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি মন্তব্য কৰে।