February 8, 2025 8:43 PM
সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ
বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একনাম অখণ্ড পালনামৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে। আজি দুপৰীয়া সেৱাশ্ৰমখনত উপস্থিত হৈ...