July 25, 2025 12:53 PM
14
শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কালি নতুন দিল্লীত অনুষ্ঠিত সামুদ্রিক বিত্ত যোগান সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ বন্দৰসমূহৰ কাৰ্যকৰী দক্ষতা পূর্বতকৈ ভালেখিনি উন্নত হৈছে। স্বয়ংচালিত পথৰ অধীনত জাহাজ পৰিবহণ খণ্ডত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে সামুদ্রিক খণ্ডত বৰ্তমান ভাৰত অন্যতম বিন...