July 7, 2025 1:46 PM July 7, 2025 1:46 PM
5
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদানৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ
ক্রীড়া এতিয়া কেৱল এক অতিৰিক্ত কার্যকলাপ নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূর্ণ স্তম্ভ- অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কালি নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ ক্ৰীড়াক্ষেত্ৰক আগবঢ়াই নিয়াত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাৱৰণ সৃষ্টি...