July 1, 2024 8:57 PM July 1, 2024 8:57 PM
9
দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৌজন্যমূলক সাক্ষাৎ
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে।