November 22, 2024 12:20 PM November 22, 2024 12:20 PM

views 2

বিশ্ব ঐতিহ্য সপ্তাহৰ অংশ হিচাপে চৰাইদেউ মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল কালি বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে টাই-মলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে আহোম স্বৰ্গদেউসকলৰ পূৰ্বপুৰুষক স্মৰণ কৰি শ্রদ্ধা নিবেদন কৰে। শ্ৰী সোণোৱালে চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰ...