October 31, 2024 11:53 AM
22
ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় প্ৰদূষণমুক্ত চহৰ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্রকাশ
কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখন প্ৰদূষণমুক্ত চহৰ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, ডিব্ৰুগড়ৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত ইয়াৰ চহকী ঐতিহ্য আৰু ইতিহাসৰ কথা মনত ৰাখি আগবঢ়া উচিত। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত দেশবাসীয়ে আত্মনিৰ্ভৰ ভাৰতক বাস্তৱায়িত কৰাৰ দিশত আগবঢ়া বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে অৰ্থনৈতি...