March 23, 2025 7:26 PM

views 14

তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰত উপস্থিত হৈছে। দেশখনৰ উচ্চ আয়োগে আজি মন্ত্ৰীগৰাকীক আদৰণি জনায়। শ্রীসোণোৱালে আই এন এ স্মাৰকত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু অজ্ঞাত সৈনিকসকলৰ প্রতি সশ্রদ্ধ প্ৰণিপাত জ্ঞাপন কৰে। এই সন্দৰ্ভত দিয়া এটা বাৰ্তাত তেওঁ কয় যে স্বাধীনতাৰ হকে এইসকল বীৰ সেনানীৰ অতুলনীয় ত্যাগ, সাহস, নির্ভিক সংকল্প আৰু স্বদেশপ্রেমে দেশৰ প্রতিটো প্ৰজন্মকে অনুপ্রাণিত কৰি আহিছে। উল্লেখযোগ্য যে মন্ত্রীগ...