December 25, 2025 7:14 PM

views 17

ক্ৰীড়াৰ জৰিয়তে কৰ্ম-সংস্থাপন আৰু উপাৰ্জনৰ পথ আন্তর্জাতিক পৰ্য্যায়ত মুকলি হয় বুলি  কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উল্লেখ

ডিব্ৰুগড় জিলাৰ সাংসদ খেল মহোৎসৱৰ আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্রীয় জাহাজ, বন্দৰ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ জৰিয়তে কৰ্ম-সংস্থাপন আৰু উপাৰ্জনৰ পথ আন্তর্জাতিক পৰ্য্যায়ত মুকলি হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰাই নিৰন্তৰভাৱে খেলৰ জৰিয়তে সমাজখনক শক্তিশালী কৰি ৰাষ্ট্ৰ নিৰ্মাণত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ক্রীড়াৰ জৰিয়তে সমাজত শান্তি-শৃং...