July 6, 2025 8:38 PM

views 20

অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব

অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ'ব। অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে আজি এই কথা সদৰি কৰিছে। নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কার্যালয়ত আযোজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিয়াত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাবৰণ সৃষ্টি কৰাৰ পোষকতা কৰে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ পুৰস্কাৰ প্ৰদান...