December 18, 2024 9:10 PM

views 25

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰে সম্প্ৰীতি গঢ়ি তোলাৰ উদ্দেশ্যে বৌদ্ধ, জৈন আৰু আন ধৰ্মৰ লোকৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ আজি এখন সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত কৰে । আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ২০২১ চনৰ পৰা এতিয়ালৈকে ৩৮ খন এনে বৈঠক অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত দেশৰ জৈন আৰু বৌদ্ধ সম্প্ৰদায়ৰ মাজত এনে ৫ খন বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকসমূহত বুদ্ধগয়া মন্দিৰৰ পৰিচালনা, জৈন বিহাৰসমূহৰ নিৰাপত্তা, পালি ...