April 20, 2025 7:46 PM

views 24

গোৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ সামৰণি

তামুলপুৰ জিলাৰ গোৰেশ্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ আজি সামৰণি পৰে। উৎসৱৰ আজি অন্তিম দিনা বাঁহ গোসাঁইৰ পৰিভ্ৰমণৰ পাছতে মাংগলিক ৰীতি-নীতিৰে পূজা অনুষ্ঠিত হয়। উৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো, মন্ত্রী জয়ন্ত মল্লবৰুৱা, প্ৰাক্তন সাংসদ নৱ শৰণীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাক্সা জিলাৰ আন আন স্থানৰ লগতে ঐতিহাসিক শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয়ত প...