May 4, 2025 8:32 PM May 4, 2025 8:32 PM

views 22

দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ভাৰতীয় জ্ঞান-বিজ্ঞান সম্পৰ্কীয় সকলো তথ্য সংস্কৃত ভাষাতে লাভ কৰিব পাৰি তাৰবাবে জনসাধাৰণে সংস্কৃত ভাষা শিকাৰ প্ৰয়োজনীয়তা আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এটা অনুষ্ঠানত এইদৰে কয়। উল্লেখযোগ্য যে মন্ত্ৰী অমিত শ্বাহে আজি সংস্কৃত ভাৰতীৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত 1008 সংস্কৃত স্পীচ্ছ কেম্পত অংশগ্ৰহণ কৰে। সংস্কৃত ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয় যে সংস্কৃত ভাষা হৈছে ভালেসংখ্যক ভাৰতীয় ভাষাৰ মূল। তেওঁ কয় যে দেশত সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে চৰকাৰে কাম কৰি আহিছে। ...

December 19, 2024 5:52 PM December 19, 2024 5:52 PM

views 14

চলিত বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা

এই বছৰৰ সংস্কৃত ভাষাত সাহিত্য একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট পণ্ডিত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মা। তেওঁৰ কাব্যগ্ৰন্থ ‘ভাস্কৰ চৰিত্ৰম’ৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।