August 3, 2025 6:45 PM August 3, 2025 6:45 PM
5
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আজি পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য্য যতীন গোস্বামীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্রোন ভূঞাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গ্ৰীষ্মকালীন কৰ্মশালাৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়ৰ ভিন ভিন কৰ্মশালাৰ আয়োজন কৰ...