May 19, 2025 1:40 PM
সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত
অসম প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসবাজ গংগাৰাম অহ...