June 23, 2024 12:15 PM

views 37

দেওবাৰে নিশা ৯-৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ Issues Before Parliament শীর্ষক আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগে কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ প্ৰাকক্ষণত আজি নিশা ৯-৩০ বজাৰ পৰা ১০ বজালৈ Issues Before Parliament আৰু Sansad Ke Samaksh Mudde শীর্ষক বিশেষ আলোচনা প্ৰচাৰ কৰিব। Issues Before Parliament শীর্ষক আলোচনালানি আকাশবাণীৰ ৰেইনবো আৰু অতিৰিক্ত ফ্রিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। আনহাতে Sansad Ke Samaksh Mudde আলোচনালানি আকাশবাণী গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। এই আলোচনা নিউজ অন এ আই আৰ ডট কম আৰু আমাৰ ইউ টিউব চেনেল নিউজ অন এ আই আৰ অফিচ...