October 2, 2025 8:33 PM October 2, 2025 8:33 PM
18
শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন
● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হয় ৷ ধেমাজি জিলাত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা নামঘৰত আয়োজিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কেঁচুখনা আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশনত অংশ লয়। ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজী জাতিৰ আত্মীক শক...