September 9, 2024 7:03 PM
ডিম্বেশ্বৰ শইকীয়ালৈ ২০২৩ৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা
মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, ২০২৩ৰ বাবে গোলাঘাট জিলাৰ ঢেকিয়ালৰ গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে। সত্ৰৰ সত্ৰাধিকাৰ ডº পীতাম্বৰ দে...