May 27, 2025 7:57 PM

views 19

অহা ২৯ মে’ৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে অহা ২৯ মে'ৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- কৃষকৰ মাজত অঞ্চলভিত্তিক বহনক্ষম প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা, সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য সন্দৰ্ভত আলোচনা, চৰকাৰী আঁচনি আৰু নীতি সম্পৰ্কে তথ্য প্ৰচাৰ আৰু ভৱিষ্যত গৱেষণা তথা উদ্ভাৱনৰ বাবে কৃষকৰ পৰা মতামত সংগ্ৰহ কৰা। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত...