November 22, 2025 8:17 PM
15
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত আজি ৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন অনুষ্ঠিত
৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হৈছে। আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান সত্যজিত দাসে এই অনুষ্ঠান উদ্বোধন কৰে। আকাশবাণীৰ এই অনুষ্ঠানে ভাৰতীয় লোকসংগীতৰ চহকী ঐতিহ্যক তুলি ধৰিব বুলি তেওঁ উদ্বোধনী ভাষণত উল্লেখ কৰে। এই সন্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলা বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্রবর্তীয়ে লোকগীত পৰিবেশন কৰে। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশেষকৈ শাস্ত্রীয় সংগীত, লঘু শা...