September 4, 2025 8:19 PM September 4, 2025 8:19 PM
3
সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোই ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ ক্ষেত্ৰত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ উদ্দেশ্যে দুহেজাৰ ৪৪০ কোটি টকাৰ প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পৰ বাবে টাটা নেলকোই ৭৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ২৫ শতাংশ পুঁজি যোগান ধৰিব। হাব এণ্ড স্প'ক ম'ডেলত হাব বিদ্যালয়সমূহে চৌপাশৰ একাংশ স্পক বিদ্যালয়ৰ বাবে সমল আৰু প্রশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰে। স্প'ক বিদ্যালয়সমূহে হাব বিদ্যালয়সমূহৰ পৰা সহায় আৰু প্ৰয়োজনীয় দিহা- পৰামৰ্শ লাভ কৰে। প্ৰকল্পৰ প্ৰথ...