December 14, 2025 9:10 PM

views 26

ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি বিজেপিৰ অভিযোগ

বিজেপিয়ে আজি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ মুখপাত্র সন্দীপ পাত্রই কয়, যে সংসদত নির্বাচনী সংস্কাৰৰ বিষয়ে ইতিমধ্যে ব্যাপক আলোচনা হৈছে। তেওঁ কয়, যে এই আলোচনা কালত গৃহমন্ত্রী অমিত শ্বাহে বিৰোধীৰ আটাইবোৰ প্ৰশ্নৰে উত্তৰ দিছে। ভাৰতীয় গণতন্ত্ৰৰ শক্তি সকলোৱে ভালদৰে বুজি পায় বুলি উল্লেখ কৰি শ্ৰী পাত্রই কয়, যে কংগ্রেছে সাংবিধানিক অনুষ্ঠানক অসম্মান কৰা বুলি দাবী কৰিছে। উল্লেখযোগ্য যে কংগ্...

April 21, 2025 3:43 PM

views 39

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহিৰত ভাৰতীয় গণতন্ত্ৰৰ কুৎসা ৰটনা কৰা বুলি অভিযোগ কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্রমণাত্মক স্থিতি গ্রহণ কৰি শ্ৰীপাত্রই কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহে জয়লাভ কৰা ঝাৰখণ্ড বিধানসভা নির্বাচনতো ফলাফলৰ...

February 11, 2025 3:05 PM

views 22

মণিপুৰৰ মুখ্যমন্ত্রী বাচনি, শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰৰ দলীয় বিধায়কৰ সৈতে বৈঠক

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্রী বাচনি তথা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰই ৰাজ্যখনত দলীয় বিধায়কসকলৰ সৈতে কালি এখন বৈঠকত মিলিত হয়। শ্রী পাত্রই মণিপুৰ বিধানসভাৰ অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক থকচম সত্যব্ৰতৰ সৈতে কালি ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে বিজেপি নেতাগৰাকীয়ে আন কেইবাগৰাকীও বিধায়কৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত মণিপুৰৰ ৰাজ্যিক বিজেপি সূত্রই প্ৰকাশ কৰা মতে দলৰ কেন্দ্ৰীয় নে...