November 14, 2024 12:34 PM

views 9

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ সন্মানীয় বুকাৰ বঁটা

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। মহাকাশচাৰীৰ কক্ষপথত এদিনৰ অভিজ্ঞতাক লৈ ৰচনা কৰা বৈজ্ঞানিক কল্প কাহিনীৰে সমৃদ্ধ দা অৰবিটেল নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। ৪৮ বছৰীয়া উপন্যাসিকগৰাকীৰ ‘দা অৰবিটেল’ সপ্তমখন উপন্যাস। ব্রিটেইন আৰু আয়াৰলেণ্ডত প্রকাশিত ইংৰাজী উপন্যাসৰ মাজত শ্রেষ্ঠ উপন্যাসক প্রতিবছৰে বুকাৰ বঁটা প্ৰদান কৰি অহা হৈছে। মার্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইটালি, ইংলেণ্ড আৰু জাপানৰ ৬ গৰাকীকৈ মহাকাশচাৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত ১৬ টা সূর্যোদয় আৰ...