February 25, 2025 8:06 PM
প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত
দিল্লীৰ এখন আদালতে আজি ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ৰ এটা হত্যাৰ গোচৰৰ সংক্ৰান্তত প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে। বিশেষ ন্যায়াধীশ কাৱেৰী বাৱেজ...