November 18, 2025 8:08 PM

views 37

শ্বেখ হাচিনা আৰু আছাদুজ্জামান খান কমলক দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলৰ গৰিহণা

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাচিনা আৰু প্রাক্তন গৃহমন্ত্রী আছাদুজ্জামান খান কমলক যোৱা বছৰৰ দেশজোৰা বিক্ষোভত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দেশখনৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণে দিয়া মৃত্যুদণ্ড ৰায়ক এমনেষ্টি ইণ্টাৰনেচনেলে গৰিহণা দিছে। সংস্থাটোৰ সচিব প্রধান এগনেচ কালামার্ডে এটা বিবৃতিত কয়, যে বাংলাদেশৰ শাসনত থকা সকলে ন্যায় ব্যৱস্থাৰ ব্যাপক অপব্যৱহাৰ কৰিছে। যোৱা বছৰৰ হিংসাত্মক ঘটনাৰ ভুক্তভোগীসকলক ন্যায় প্রদানক ন্যায়াধিকৰণৰ ৰায় ব্যর্থ হোৱা বুলি উল্লেখ কৰি সচিব প্ৰধানগৰাকীয়ে কয়...

November 18, 2024 12:08 PM

views 41

বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে তেওঁলোকৰ চৰকাৰখনে প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা কৰিছে। যোৱা আগষ্ট মাহত হাচিনাৰ চৰকাৰ ভংগ হোৱাৰ পাছত তেওঁ বৰ্তমান ভাৰতত আছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মহম্মদ ইউনুছে কয় যে তেওঁৰ চৰকাৰে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰপূৰ্বে তেওঁ বাংলাদেশে শ্বেইখ হাচিনাই ভাৰতৰ পৰা তাৎক্ষণিকভাৱে প্ৰত্যাৱৰ্তন কৰা...