December 7, 2025 12:37 PM

views 21

সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান

অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰোধা, বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আজি জন্মবার্ষিকী। বিশিষ্ট কথাশিল্পীগৰাকীৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত আছে। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱা হৈছে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূ...