February 5, 2025 10:44 AM February 5, 2025 10:44 AM
13
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ সামৰণি
নাট্যনগৰী পাঠশালাত যোৱা ৩১ জানুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। লক্ষ লক্ষ লোকৰ সমাগম হোৱা এই অধিৱেশনৰ গ্ৰন্থমেলাৰ চাৰিটা দিনত কমেও ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহিত্যানুৰাগীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য আৰু ভূটান আৰু নেপালৰ সাহিত্যপ্রেমীও অংশগ্রহণ কৰে। তদুপৰি পাঠশালা সাহিত্য সভাত প্ৰথমবাৰৰ বাবে মুকলি কৰা বিজ্ঞান মেলাত অগণন ল...