June 15, 2024 9:27 PM

views 36

‘বিপন্ন বিস্ময় খেল’ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকালৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা

চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা অসমীয়া ভাষাত ‘বিপন্ন বিস্ময় খেল’ নামৰ উপ্যানাসৰ বাবে ৰঞ্জু হাজৰিকাই আৰু বড়ো ভাষাত ‘বুহুমা বৈনীবৱ’ নামৰ কাব্য গ্ৰন্থৰ বাবে ভার্জিন জেক’ভা মছাহাৰীয়ে লাভ কৰিছে। আনহাতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ অসমীয়া ভাষাত ‘জাল কটা জুই’ গল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মালৈ আৰু বড়ো ভাষাত ‘চাইখ্লাম’ নামৰ গল্প সংকলনৰ বাবে SELF MADE ৰাণী বড়োলৈ আগবঢ়োৱা হৈছে। আনহাতে বাংলা ভাষাত ‘দেৰাজে হলুদ ফুল’ শীৰ্ষক কবিতা সংকলনৰ বাবে অসমৰ চুতপা চক্ৰৱৰ্তীয়ে যুৱ পুৰস্কাৰ লাভ কৰিছে...